June 28, 2024 6:12 PM

কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক'ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্রীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই ...

June 28, 2024 6:10 PM

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতিৰ কামৰ আৰম্ভণি কৰে। সত্ৰখনৰ মূল গৃহৰ পুৰণি টিনপাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্রয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল। ইয়াৰ পাছতে মুখ্যম...

June 28, 2024 6:04 PM

মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অসম-অৰুণাচলৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক

অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন আৰু ৰাজ্যৰ আবকাৰী মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি দুয়োখন ৰাজ্যৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে দুয়োখন ৰাজ্যই পূর্ণ সহযোগিতাৰে কাম কৰি যোৱাৰ লগতে...

June 28, 2024 5:08 PM

বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত

লোকসভাৰ কাৰ্যক্ৰমণিকা আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত ...

June 28, 2024 3:03 PM

জম্মুৰ ভগৱতী নগৰ বেচ কেম্পৰ পৰা পতাকা জোকাৰি অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাৰ

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ ভগৱতী নগৰ বেচ কেম্পৰ পৰা পতাকা জোকাৰি অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কাশ্মীৰ উপত্যকাত থকা অমৰনাথ গুহা দৰ্শনৰ বাৰ্ষিক অমৰনাথ যাত্ৰা কাইলৈৰ পৰা পেহেলগাম আৰু বালতল পথেৰে আৰম্ভ হ'ব। সংবাদ মাধ্যমৰ আগত উপ ৰাজ্যপাল শ্রীসি...

June 28, 2024 2:58 PM

কৰ্ণাটকৰ হাৱেৰি জিলাত যাত্রীবাহী ট্রেভেলৰে ৰাস্তাৰ কাষত ৰখাই থোৱা ট্রাকত খুন্দা মৰাৰ ফলত ১৩ গৰাকী যাত্ৰীৰ মৃত্যু

কৰ্ণাটকৰ হাৱেৰি জিলাৰ গুন্দনাহাল্লীত এখন যাত্রীবাহী ট্রেভেলৰে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন ট্রাকত খুন্দা মৰাৰ ফলত ১৩গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন চাৰিগৰাকী আহত হয়। নিহতসকলৰ ভিতৰত দুটি শিশুকে ধৰি ৮ গৰাকী মহিলা আছে। পোণে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাই পথত আজি নিচেই পুৱা এই দুৰ্ঘটনা সংঘটিত হয়। নিহত লোকস...

June 28, 2024 2:57 PM

কাইলৈ আই চি চি টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত কাইলৈ বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অৰম্ভ হ'ব। ভাৰতে যোৱা নিশা গায়ানাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ভাৰত...

June 28, 2024 1:34 PM

দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ মন্ত্রী জিতন ৰাম মাঝিৰ

কেন্দ্ৰীয় অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতন ৰাম মাঝিয়ে কালি নতুন দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ কৰে। কালি মুকলি কৰা এম এছ এম ই টীম নামৰ আঁচনিখনৰ লক্ষ্য হৈছে— ডিজিটিয় বাণিজ্যৰ মুক্ত নেটৱৰ্কৰ বাবে পাঁচ লাখ অতি ক্ষুদ্ৰ ...

June 28, 2024 1:29 PM

হেমন্ত চোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনলৈ বৃদ্ধি

ঝাৰখণ্ডৰ ৰাঁছীৰ এখন বিশেষ ক’লাধন বৈধকৰণ প্ৰতিৰোধী আদালতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী হেমন্ত চোৰেনৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনলৈ বৃদ্ধি কৰিছে। হেমন্ত চোৰেন আৰু অন্য ১১ জন অভিযুক্তক কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিশেষ আদালতৰ সন্মুখত হাজৰিৰ কৰোৱাত ন্যায়ালয়ে এই ৰায় দিয়ে। ঝাৰখণ্ড মুক্তি মৰ...

June 28, 2024 1:25 PM

ইউ এছ অ’পেন বেডমিণ্টনত ভাৰতৰ মালবিকা বানচোড় আৰু প্রিয়াংশু ৰাজাৱাৰ্টে ছিংগলছৰ আৰু তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটো মহিলাৰ ডাবলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ইউ এছ অ'পেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মালবিকা বানচোড় আৰু প্রিয়াংশু ৰাজাৱাৰ্টে ছিংগলছৰ আৰু তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটোৱে মহিলাৰ ডাবলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছৰ মালবিকাই প্ৰিকোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত চেকগণৰাজ্যৰ প্ৰতিদ্বন্দ্বী তেজো স্বাবিকোভাক পৰাস্ত কৰে। কোৱাৰ্ট...