July 4, 2024 1:19 PM

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত চৰকাৰী আঁচনিসমূহ অন্তৰ্ভুক্তিকৰণৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কামৰূপ মহানগৰ জিলাৰ বৃদ্ধাবাসসমূহত থকা আৱাসীসকলৰ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, বেংক একাউণ্টৰ সমস্যা আদি তাৎক্ষণিকভাৱে সমাধান কৰাৰ লগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্তিকৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে...

July 4, 2024 1:17 PM

ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ

অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে বৰ্তমানলৈ উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰে এনে অঞ্চলসমূহৰ দ্ৰুত উন্নয়ন লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছ...

July 4, 2024 1:14 PM

দিছপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত শেহতীয়া বান পৰিস্থিতি সম্পর্কে আলোচনাৰ লগতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কালি নিশা মুখ্যমন্ত্রীয়ে এখন সংবাদ মেল সম্বোধন কৰি অনুসুচীত জাতি আৰু জনজাতিৰ চা...

July 4, 2024 1:12 PM

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে অহা দেওবাৰে হেমন্ত চোৰনৰ শপতগ্ৰহণ

ঝাৰখণ্ড মুক্তি মৰ্চা জে এম এমৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰনে অহা দেওবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চম্পাই চোৰনে কালি হেমন্ত চোৰেন পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ প্ৰশস্ত কৰি ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ পাছতে হেমন্ত চোৰন...

July 4, 2024 1:09 PM

বান পৰিস্থিতি পর্যালোচনাৰ কৰাৰ উদ্দেশ্যে জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি পর্যালোচনাৰ কৰাৰ উদ্দেশ্যে কালি জিলা আয়ুক্তসকলৰ সৈতে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভা কক্ষৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। এই বৈঠকত বান পীড়িতলোকৰ উদ্ধাৰ,সাহায্য অভিযান, পুনৰ সংস্থাপন, ক্ষতিগ্ৰস্ত পৰিয়াল তথা অনান্য অ...

July 4, 2024 1:06 PM

কৰিমগঞ্জ জিলাত আজিৰে পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি

কৰিমগঞ্জ জিলাৰ নদীসমূহৰ জলস্তৰে বিপদৰ সীমা অতিক্ৰম কৰাৰ বাবে জিলাখনৰ অধিকাংশ বিদ্যালয় বানত বুৰ গৈছে। শিক্ষাৰ্থীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ আয়ুক্তই আজিৰ পৰা সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে বিদ্যালয়সমূহে পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি পৰীক্ষা অ...

July 4, 2024 1:04 PM

ৰাজ্যত বানৰ সমান্তৰালভাৱে খহনীয়াৰ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শাম কটা নাই। কোনো কোনো জিলাৰ কেতবোৰ জলমগ্ন অঞ্চলত পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হৈছে যদিও নৈপৰীয়া অঞ্চলসমূহত বানৰ সমান্তৰালভাৱে খহনীয়াই জটিল ৰূপ ধাৰণ কৰিছে। খহনীয়াই বিভিন্ন স্থানত বান্ধ আৰু মথাউৰিৰ প্ৰতিও ভাবুকি কঢ়িয়াইছে। চৰকাৰী তথ্য অনুসৰি যোৱা ২ জুলাই পর্যন্ত বানৰ...

July 4, 2024 1:02 PM

প্রিয়াংশু ৰাজাৱট কানাডা অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ প্রিয়াংশু ৰাজাৱটে কানাডা অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাছনিপ্ৰাপ্ত ৰাজাৱটে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত ডেনমাৰ্কৰ ৰাছমুছ গেমকেক ১৭-২১, ২১-১৬, ২১-১৪ গেমত পৰাস্ত কৰে।  

July 4, 2024 1:01 PM

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানিক দিল্লীৰ এপলো চিকিৎসালয়ত ভৰ্তি

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানিক কালি নতুন দিল্লীৰ এপলো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয় কর্তৃপক্ষই জনোৱা মতে, নেতাগৰাকীৰ বৰ্তমান অৱস্থা সুস্থিৰ। চিকিৎ‍সকসকলে আদবানীৰ স্বাস্থ্য পৰ্যবেক্ষণ কৰি আছে। যোৱা সপ্তাহত জেষ্ঠ নেতাগৰাকীক বাৰ্ধক্যজনিত কাৰণত নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান ...

July 4, 2024 12:59 PM

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে অহা দেওবাৰে হেমন্ত চোৰনৰ শপতগ্ৰহণ

ঝাৰখণ্ড মুক্তি মৰ্চা জে এম এমৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰনে অহা দেওবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চম্পাই চোৰনে কালি হেমন্ত চোৰেন পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ প্ৰশস্ত কৰি ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ পাছতে হেমন্ত চোৰন...