September 19, 2024 12:13 PM
জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬১ শতাংশৰো অধিক ভোটদান
জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কালি ৬১ শতাংশৰো অধিক ভোটদান হয়। ভোটদানৰ এই হাৰ বিগত ৩৫ বছৰৰ ভিতৰত সৰ্বাধিক। এই পৰ্যায়ত ৰাজ্যখনৰ ৭ খন জিলা – ক্ৰমে পুলৱামা, শ্ব’পিয়ান, কুলগাম, কিষ্টৱাৰ, অনন্তনাগ, ৰামবাণ আৰু ডোডাৰ ২৪ টা সমষ্টি সামৰি লোৱা হয়। নিৰ্বাচন আয়োগে কৈছে যে প্রথম পৰ্যায়ত য...