July 5, 2024 6:55 PM
ব্ৰিটেইনৰ সংসদীয় নিৰ্বাচনত লেবাৰ পাৰ্টীৰ বিজয়
ব্ৰিটেইনৰ সংসদীয় নিৰ্বাচনত লেবাৰ পাৰ্টীয়ে বিপুল বিজয় সাব্যস্ত কৰিছে। দলৰ নেতা কিৰ ষ্টাৰমাৰ কনজাৰভেটিভ দলৰ ঋষি ছুনকক পৰাস্ত কৰি ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ'ব। এটা দশকতকৈও অধিক কাল বিৰোধী পক্ষত থকাৰ পাছত লেবাৰ পাৰ্টী ক্ষমতালৈ আহিছে। শেহতীয়া তথ্য অনুসৰি লেবাৰ পাৰ্টীয়ে ৬৫০ খন আসনৰ ভিতৰত ৪১০ খ...