July 8, 2024 6:41 PM

ৰাজ্যত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬...

July 8, 2024 6:28 PM

ৰাজ্যত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বানত বিগত ২৪ ঘণ্টাত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৬ লৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪০০ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬...

July 8, 2024 6:13 PM

ঝাৰখণ্ড বিধানসভাত হেমন্ত চোৰেন চৰকাৰ আস্থাৰ ভোটত জয়লাভ

হেমন্ত চোৰেন চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোটত জয়লাভ কৰে। ঝাৰখণ্ড মুক্তি মৰ্চা নেতৃত্বাধীন মিত্ৰজোঁটৰ ৪৫ গৰাকী বিধায়কে আস্থা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে বিধানসভাত আস্থাৰ প্ৰস্তাৱ দাখিল কৰিছিল। ইয়াৰ পাছতেই বিৰোধীয়ে বিতৰ্কৰ সৃষ্টি কৰি সদনত হুলস্থূলীয...

July 8, 2024 12:33 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰে পৰা তিনিদিনীয়াকৈ কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে মস্কোত ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এই বার্ষিক সন্মিলনে প্রধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক দুয়োখন দেশৰ ম...

July 8, 2024 12:32 PM

উচ্চতম ন্যায়ালয়ত আজি নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি

উচ্চতম ন্যায়ালয়ে আজি নীট ইউজি সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। এইসমূহৰ ভিতৰত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জনোৱা আবেদনো অন্তৰ্ভুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় তথা ন্যায়াধীশ জে. বি. পাড়িৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন ...

July 8, 2024 12:30 PM

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ স্নাতক পৰ্যায়ৰ সংযুক্ত বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা ২০২৪ৰ উত্তৰ-পত্ৰ প্ৰকাশ

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ই স্নাতক পৰ্যায়ৰ সংযুক্ত বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা ২০২৪ৰ উত্তৰ-পত্ৰ প্ৰকাশ কৰিছে। শিক্ষাৰ্থীসকলে কাইলৈৰ ভিতৰত উত্তৰ-পত্ৰৰ প্ৰত্যাহ্বান জনাব পাৰিব। অহা এসপ্তাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। উত্তৰ-পত্ৰই পৰীক্ষাৰ্থীসকলক তেওঁলোকে লাভ কৰিব পৰা নম্বৰ ...

July 8, 2024 12:28 PM

আকাশবাণী বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ত আজি ‘ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান-২০২৪’ সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত ৰাষ্ট্ৰীয় ডায়েৰীয়া প্ৰতিৰোধী অভিযান ২০২৪ সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ Gastroenterology বিভাগৰ অধ্যাপক ডাঃ গোৱিন্দ কে. মাখাৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ শি...

July 8, 2024 12:26 PM

ৰাজ্যত সম্প্ৰতি ২৮খন জিলাৰ ২২ লাখ ৭৪ হাজাৰতকৈও অধিক লোক বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ ২২ লাখ ৭৪ হাজাৰতকৈও অধিক লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪৪৬ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি বানত বুৰ গৈছে। প্ৰশাসনে স্থাপন কৰা ২৬৯টা আশ্রয় শিবিৰত ৫৩ হাজাৰৰো অধিক লোক...

July 8, 2024 12:21 PM

ৰাজ্যৰ বানত হোৱা ক্ষয়-ক্ষতিৰ বাবে লাগতিয়াল পুঁজিৰ প্ৰস্তাৱ দাখিল কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ

ৰাজ্যত চলিত বৰ্ষত বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ জৰীপ চলাই অহা ১৫ আগষ্টৰ ভিতৰত লাগতিয়াল পুঁজিৰ প্ৰস্তাৱ দাখিল কৰাৰ বাবে ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগে জিলা আয়ুক্তসকললৈ নিৰ্দেশ জাৰি কৰিছে। ৰাজহ চক্ৰ আৰু জিলা ভিত্তিত ক্ষয়-ক্ষতিৰ জৰীপ চলাই জিলা পৰ্যায়ৰ পৰা প্ৰস্তাব দাখিল কৰাৰ পাছতে ৰাজহ আৰু...

July 8, 2024 12:18 PM

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যৰ শিক্ষা বিভাগৰ পৰ্যালোচনামূলক বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ শিক্ষা বিভাগৰ পৰ্যালোচনামূলক এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত নতুন বিদ্যালয় স্থাপন, নিয়োগ, সেৱা বিধি, আদালতত বিচৰাধীন গোচৰ, মাচুল ৰেহাই আঁচনিৰ লগতে বিদ্যালয় প্রশাসন সম্পৰ্কীয় বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয...