September 19, 2024 7:00 PM

উজ্জয়িনীৰ মহাকালত সংস্কৃতি-সভ্যতাৰ পৰম্পৰা কেইবা শতিকাজুৰি প্ৰচলিত হৈ আহিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, উজ্জয়িনীৰ মহাকালত সংস্কৃতি আৰু সভ্যতাৰ পৰম্পৰা কেইবা শতিকাজুৰি প্ৰচলিত হৈ আহিছে। উজ্জ্বয়িনীত আজি চাফাই মিত্র সন্মিলনত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে ইন্দোৰ-উজ্জয়িনী সংযোগী ছটা শাৰীযুক্ত পথ প্ৰকল্পৰ ভূমি পূজন অনুষ...

September 19, 2024 6:59 PM

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ, কৃষকৰ জীৱন-জীৱিকাৰ উন্নতিৰ বাবে ১৪,২০০ কোটি টকা আবণ্টন

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে বিকশিত ভাৰতৰ বাবে সমৃদ্ধিশালী কৃষক মূলমন্ত্ৰ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আমাৰ কৃষকসকলক কেৱল খাদ্য যোগানকাৰীয়েই নহয় দেশৰ বাবে শক...

September 19, 2024 7:02 PM

উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিভাগত ৮৭৪গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান

উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদে আজি পৰিষদৰ অধীনৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৮৭৪ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰে। পৰিষদৰ এই পদক্ষেপ ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা ত্বৰান্বিত কৰাৰ লগতে স্থানীয় পৰ্যায়ত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই অনুষ্ঠানতে নাৰ্ছাৰী আৰু প্ৰথম শ্...

September 19, 2024 6:55 PM

অবৈধ ট্রেডিঙৰ গোচৰত অভিযুক্ত জিংকি মিলিৰ জামিন নাকচৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ আৱেদন

অবৈধ ট্রেডিঙৰ গোচৰত অভিযুক্ত জিংকি মিলিয়ে লাভ কৰা অন্তৱৰ্তীকালীন জামিন নাকচ কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছে। ৰাজ্য চৰকাৰৰ হৈ লোক অধিবক্তা মাখন ফুকনে দাখিল কৰা আৱেদনখনৰ শুনানি অহা ২৩ ছেপ্টেম্বৰত গ্ৰহণ কৰা হ'ব। অবৈধ ট্রেডিঙৰ লগত জড়িত থকাৰ বাবে ইতিমধ্যে গ্ৰেপ্তাৰ হো...

September 19, 2024 1:32 PM

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূর্ণ

অহা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতি প্রায় সম্পূর্ণ হৈছে। ১৫ ছেপ্তেম্বৰত প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত অহা ২৯ তাৰিখে পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ চাকৰিৰ আৰু বিয়লি ডেৰ বজাৰ...

September 19, 2024 12:56 PM

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰ শুভাৰম্ভ

ৰাজ্যত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় আৰু অতিৰিক্ত ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থাৰ আজি শুভাৰম্ভ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা আয়োগ ভৱন সভাকক্ষৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে দিনৰ ১১ বজাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো আজি ...

September 19, 2024 12:30 PM

৪৫ সংখ্যক দবা অলিম্পিয়াদৰ সপ্তম ৰাউণ্ডত চীনৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতে হাংগেৰীত অনুষ্ঠিত ৪৫ সংখ্যক দবা অলিম্পিয়াদৰ মুকলি শিতানৰ সপ্তম ৰাউণ্ডত কালি চীনক ২.৫১ দশমিক ৫ ফলাফলেৰে পৰাস্ত কৰে। ভাৰতৰ হৈ ডম্মা ৰাজু গুকেছে চীনা প্রতিদ্বন্দ্বী ৱেই ইক পৰাস্ত কৰাৰ বিপৰীতে ৰাউণ্ডৰ বাকী তিনিখন খেল ড্র’ৰে সমাপ্ত হয়। এই ফলাফলৰ সুবাদত মুকলি শিতানত ভাৰতীয় দলটোৱে মুঠ ১৪ পইণ্ট অৰ্...

September 19, 2024 12:26 PM

লেবাননত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত কমেও ৩২ জন লোকৰ মৃত্যু

লেবাননত মঙলবাৰে আৰু কালি সংঘটিত ধাৰাবাহিক বিস্ফোৰণত কমেও ৩২ জন লোকৰ মৃত্যু হৈছে। এই বিস্ফোৰণলানিত সশস্ত্র সংগঠন হিজবুল্লাহে কিছু যোগাযোগৰ সঁজুলি ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কালি দেশখনত সংঘটিত ৱাকি-টকি বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ২০লৈ বৃদ...

September 19, 2024 12:20 PM

পশ্চিমবংগৰ প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসক আৰু ৰাজ্য চৰকাৰৰ বৈঠক সিদ্ধান্ত অবিহনে সমাপ্ত

পশ্চিমবংগৰ প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকসকলৰ সৈতে নবান্নাস্থিত ৰাজ্যিক সচিবালয়ত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ বৈঠকখন কোনোধৰণৰ সিদ্ধান্ত অবিহনে সমাপ্ত হৈছে। ইয়াৰ ফলত কনিষ্ঠ চিকিৎসকসকলে কৰ্মবিৰতি আৰু প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে। কনিষ্ঠ চিকিৎসকসকলে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত সংঘটিত...

September 19, 2024 12:16 PM

আজিৰে পৰা ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ শীৰ্ষক অনুষ্ঠান আৰম্ভ

নতুন দিল্লীত আজিৰে পৰা ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ শীৰ্ষক চাৰিদিনীয়া এক বৃহৎ অনুষ্ঠান আৰম্ভ হ'ব। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ে জনোৱা অনুসৰি অনুষ্ঠানত ৯০খনতকৈও অধিক দেশ, ২৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰি ১৮টা মন্ত্ৰালয়ে অংশগ্রহণ কৰিব। অনুষ্ঠানত জাপানে অংশীদাৰ দেশ তথা ভিয়েটনাম আৰু ইৰাণ...