July 14, 2024 6:59 PM
৪ হাজাৰ ৮৮৯ গৰাকী তীর্থযাত্ৰীৰ মূল শিবিৰৰ পৰা অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা
৪ হাজাৰ ৮৮৯ গৰাকী তীর্থযাত্ৰীৰ আৰু এটা দল আজি নিচেই পুৱা জম্মুৰ ভগৱতী নগৰ যাত্ৰী নিৱাসৰ মূল শিবিৰৰ পৰা পবিত্ৰ অমৰনাথ গুহা দৰ্শনৰ বাবে ৰাওনা হৈছে। ইয়াৰে ভিতৰত এহেজাৰ ৮৯৬ গৰাকী তীর্থযাত্ৰী পুৱা ৩ বাজি ৫ মিনিটত বালতল শিবিৰৰ পৰা আৰু ২,৯৯৩ গৰাকী তীর্থযাত্রী পেহলগাম শিবিৰৰ পৰা পুৱা ৩ বাজি ৫৫ মিনিটত ১৮৭ খ...