September 20, 2024 6:47 PM
চিৰাঙৰ কেইবাটাও কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জনজাতি পৰিক্ৰমা বিভাগৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত চিৰাঙৰ ছপাগুৰিত এটা জনজাতীয় জিৰণী গৃহ মুকলি কৰে। এই জিৰণী গৃহৰ জৰিয়তে জনজাতীয় সম্প্রদায় বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব বুলি তেওঁ আশা প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে চিৰাঙৰ অম্লাইগুৰি ইকো টুৰিজিম পার্ক মুকলি ...