July 25, 2024 8:32 PM
দিনজোৰা কাৰ্যসূচীৰে বৰপেটা জিলা ভ্ৰমণ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ
ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকক আত্মনিৰ্ভৰ কৰি তোলাই হৈছে চৰকাৰৰ লক্ষ্য। আজি দিনজোৰা কাৰ্যসূচীৰে বৰপেটা ভ্ৰমণ কৰা ৰাজ্যপাল শ্ৰীকাটাৰীয়াই সংবাদ মাধ্যমৰ ওচৰত এই মন্তব্য কৰে। তেওঁ কয় যে, প্ৰতিগৰাকী লোকে যাতে নিজৰ ভৰিত নিজে ...