July 27, 2024 12:16 PM

দেশলৈ প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি

প্ৰতি বছৰে চিকিৎসাৰ উদ্দেশ্যে দেশলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। ২০২০ বৰ্ষত এই উদ্দেশ্যে অহা পৰ্যটকৰ সংখ্যা ১৮৩গৰাকীৰ পৰা বৃদ্ধি হৈ ২০২৩ চনত এই সংখ্যা ৬৩৫ হয়গৈ। ৰাজ্যসভাত এটা লিখিত উত্তৰত পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে, দেশত চিকিৎসাৰ সুবিধা ল'ব বিচৰাসকলৰ বাবে স্বাস্থ্য আৰু...

July 27, 2024 12:14 PM

মহিলাৰ টি২০ এছিয়া কাপ ক্রিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত পাকিস্তানক ৩ উইকেটত পৰাস্ত শ্ৰীলংকাৰ

শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ টি২০ এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত শ্রীলংকাই পাকিস্তানক ৩ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব। কালিৰ খেলখনত ১৪১ ৰানৰ লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে তিনিটা উইকেট আৰু এটা বল বাকী থকা অৱস...

July 27, 2024 12:27 PM

গুৱাহাটীৰ সমীপত হ’ব ছেটেলাইট টাউনশ্বিপঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সমীপত এখন ছেটেলাইট টাউনশ্বিপ গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছে। এই টাউনশ্বিপৰ বাবে কেন্দ্ৰই ধনৰ যোগান ধৰিব। ইয়াৰ বাবে বাজেটত প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা কৰা হৈছে। কালি এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত ...

July 27, 2024 12:11 PM

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে বিজেপি-কংগ্ৰেছৰ ব্যাপক তৎপৰতা

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নির্বাচনৰ বাবে ৰাজ্যত শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ ব্যাপক তৎপৰতা আৰম্ভ । বিজেপিয়ে ৫ জন মন্ত্ৰীক ৫টা সমষ্টিৰ বাবে বিশেষ দায়িত্ব অর্পণ কৰিছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কালি এখন সংবাদ মেলত কয় যে, বিহালীত পীযূষ হাজৰিকাই, ...

July 27, 2024 12:09 PM

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা ইউনেস্ক’ৰ

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা চমুকৈ ইউনেস্ক'ৱে কালি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্রেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। চৰাইদ...

July 27, 2024 12:05 PM

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচী

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...

July 27, 2024 12:03 PM

বৰপেটা জিলাত ড্রাগছৰ বিৰুদ্ধে অভিযান অব্যাহত, ১২জন লোকক আটক

বৰপেটা জিলাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত নিষিদ্ধ ড্রাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে অভিযানকালত কেইবাখনো আৰক্ষী থানাৰ অধীনৰ বিভিন্ন অঞ্চলৰ পৰা কালি ১২ জন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সদৰি কৰা অনুসৰি অভিযুক্তসকল হেৰ'ইন সৰবৰাহৰ লগত বিশেষভাৱে জড়িত। ধৃত লোকসকলৰ বিৰুদ্ধে বৰপেট...

July 27, 2024 12:01 PM

ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখাৰ সাধাৰণ সভা আহ্বান

ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখাৰ এখন সাধাৰণ সভা কাইলৈ পুৱা চাৰে ১০ বজাৰ পৰা আৰম্ভ হ'ব । যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত বিজ্ঞান মনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জন বিজ্ঞান আন্দোলন শক্তিশালী কৰাৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰা ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল সভাত উপস্থিত থাকিব। যোৰহাট নগৰৰ মাজমজ...

July 27, 2024 12:00 PM

দৰঙত এনচেফেলাইটিছসদৃশ ৰোগৰ গুৰুতৰ ৰূপ ধাৰণ, ৩গৰাকীৰ মৃত্যু

দৰং জিলাত এনচেফেলাইটিছসদৃশ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। জিলাখনত এইপর্যন্ত তিনিগৰাকী মহিলাৰ এই ৰোগত মৃত্যু হৈছে। জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডা০ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই জনোৱা মতে, জিলাখনৰ জলজলি খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ মোল্লাপাৰা উপ-স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত আৰেং গাঁৱত এই ৰোগত আক্ৰান্...

July 27, 2024 11:59 AM

প্রাক্তন সাংসদ হৰিশ দ্বিবেদীক অসমৰ ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হিচাপে নিযুক্তি

প্রাক্তন সাংসদ হৰিশ দ্বিবেদীক অসমৰ ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই প্ৰকাশ কৰা অনুসৰি মুঠ ৬ খন ৰাজ্যৰ প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি দিয়াৰ লগতে বিহাৰ আৰু ৰাজস্থানত দলটোৰ নতুন ৰাজ্যিক মুৰব্বীৰ নাম ঘোষণা কৰা হৈছে। বিহাৰত বৰ্তমান সহ-প্রভাৰী হিচাপ...