September 22, 2024 11:38 AM

যোৰহাটৰ নতুন আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত কৰ্মচাৰী সভা অনুষ্ঠিত

যোৰহাটৰ নতুন আয়ুক্তৰূপে কাৰ্যভাৰ গ্ৰহণ কৰা জয় শিৱানীৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি এখন কৰ্মচাৰী সভা অনুষ্ঠিত কৰা হয়। জিলাখনত চলি থকা উন্নয়নমূলক কাম-কাজসমূহৰ পর্যালোচনা কৰাৰ লগতে জিলাখনৰ বিভিন্ন দিশৰ বিষয়ে নৱনিযুক্ত আয়ুক্তক অৱগত কৰা হয়। সভাখনত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয...

September 22, 2024 11:35 AM

চৰাইদেউ জিলাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

চৰাইদেউ জিলাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। পৰীক্ষা স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু ত্রুটিহীনভাৱে অনুষ্ঠিত কৰাৰ লগতে জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতিমূলক পদক্ষেপ গ্ৰহণ কৰিছে। অতিৰিক্ত জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত...

September 22, 2024 11:32 AM

ৰাজ্যত বৰ্ধিত তাপমাত্রাৰ প্ৰতি লক্ষ্য ৰাখি বড়োলেণ্ডৰ সকলো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সালসলনি

ৰাজ্যত বৰ্ধিত তাপমাত্রা তথা উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি বড়োলেণ্ডৰ সকলো ব্যক্তিগত, চৰকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী আজিৰে পৰা সালসলনিৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা চাৰে সাত বজাৰ পৰা ১১ বজালৈ, উচ্চ প্রাথমিক বিদ্যালয়...

September 22, 2024 11:28 AM

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱা উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে। ইয়াৰ অধীনত মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। তদুপৰি হোষ্টেল আৰু ম...

September 22, 2024 11:23 AM

নতুনকৈ গঠিত উপ-জিলাসমূহৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলক জনসাধাৰণৰ প্ৰতি দায়িত্বশীল হৈ কাম কৰি সু-শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে  সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসৰ আহ্বান

ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে নতুনকৈ গঠন কৰা উপ-জিলাসমূহৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তসকলৰ সামৰ্থ বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিষয়াসকলক জনসাধাৰণৰ প্ৰতি দায়িত্বশীল হৈ কাম কৰি সু-শাসন ব্যৱস্থা প্ৰতিষ্ঠা...

September 22, 2024 11:19 AM

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ  ১৫ ডিচেম্বৰত চি-টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ১ ডিচেম্বৰৰ পৰিৱৰ্তে ১৫ ডিচেম্বৰত চি-টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। প্ৰশাসনিক কাৰণত ইতিমধ্যে ঘোষণা কৰা চি-টেটৰ দিন সলনি কৰাৰ কথা সদৰি কৰে। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ১৫ ডিচেম্বৰ দেওবাৰে দেশজুৰি চি-টেট অনুষ্ঠিত কৰা হ'ব। পূৰ্বে কেন্দ্ৰীয় মাধ...

September 22, 2024 11:16 AM

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে আমেৰিকাত ভাৰতৰ শিখ সকলক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও শিখ সংগঠনৰ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ক সাক্ষাৎ

লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে আমেৰিকাত ভাৰতৰ শিখ সকলক লৈ কৰা মন্তব্যৰ সন্দৰ্ভত দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও শিখ সংগঠন আৰু সমিতিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ক কালি সাক্ষাৎ কৰে। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপি নেতা মঞ্জিন্দৰ সিং ছিছাই এই কথা...

September 22, 2024 11:13 AM

২৫ ছেপ্তেম্বৰত জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ২৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত ২৬ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ইপিনে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা দলে ঝাৰখণ্ডৰ এই বছৰতে হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে পর্যালোচনা কৰিবলৈ কাইলৈৰ পৰা ...

September 22, 2024 11:09 AM

প্রায় ৭ শতাংশ বিকাশৰ হাৰেৰে ২০২৭ চনত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছেঃ পীযূষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযূষ গোৱেলে কৈছে যে, প্রায় ৭ শতাংশ আনুমানিক বিকাশৰ হাৰেৰে ২০২৭ চনত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। কালি লাওছত পূব- এছিয়াদেশসমূহৰ বিত্ত মন্ত্ৰীসকলৰ দ্বাদশ সন্মিলনত অংশগ্ৰহণ কৰি গোৱেলে এইদৰে কয়। গোৱেলে এই মঞ্চক শক্তিশালী কৰাৰ ক্ষেত্ৰত দেশৰ...

September 22, 2024 11:07 AM

কোৱাড ৰাষ্ট্ৰগোষ্ঠী স্বতন্ত্র, মুক্ত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, কোৱাড ৰাষ্ট্ৰগোষ্ঠী স্বতন্ত্র, মুক্ত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেলাৱেৰত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি কয় যে, এই শীর্ষ সন্মিলন এনে এটা...