September 22, 2024 6:38 PM
কোৱাড শীৰ্ষ সন্মিলনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গোলকীয় বিকাশ, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰাৰ মঞ্চ প্ৰদান কৰিলেঃ বিদেশ সচিব বিক্রম মিশ্রি
বিদেশ সচিব বিক্রম মিশ্রিয়ে অলপতে অনুষ্ঠিত কোৱাড শীৰ্ষ সন্মিলন আৰু দ্বিপাক্ষিক বৈঠকসমূহৰ গুৰুত্বত আলোকপাত কৰি কয় যে, এই সন্মিলনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলকীয় বিকাশ, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰাৰ এখন মঞ্চ প্ৰদান কৰিলে। নিউয়ৰ্কত আজি সংবাদ মাধ্যমৰ আগত বিদেশ সচিবগৰ...