August 12, 2024 7:36 PM

কইনাধৰাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

অসমত ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটী মহানগৰীৰ কইনাধৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰভাৰী হৰিশ দ্বিবেদীকে ধ...

August 12, 2024 7:34 PM

ভাৰতীয় উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত আই আই টি গুৱাহাটীৰ নৱম স্থান অধিকাৰ

ভাৰতীয় উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত আই আই টি গুৱাহাটীয়ে নৱম স্থান অধিকাৰ কৰিছে । কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে নতুন দিল্লীত ভাৰত মণ্ডপমত আজি ২০২৪ বৰ্ষত শীর্ষ স্থানত থকা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ তালিকা প্রকাশ কৰে। এই তালিকাত আই আই টি মাদ্রাছে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে আই...

August 12, 2024 7:33 PM

বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহলৈ বদৰুদ্দিন আজমলৰ পত্ৰ প্ৰেৰণ

প্রতিবেশী ৰাষ্ট্র বাংলাদেশত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত এ আই ইউ ডি এফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ চুবুৰীয়া ৰাষ্ট্ৰখনত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চল আৰু দেশৰ অভ্যন্তৰীণ কাৰ্যকলাপ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ...

August 12, 2024 7:31 PM

৩৫,১৩৩ টা শিক্ষক পদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৩৫ হাজাৰ ১৩৩টা শিক্ষক পদৰ বিজ্ঞাপনত আজি অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিছে। লগতে ন্যায়ালয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চৰকাৰী পক্ষক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে চাৰি সপ্তাহৰ সময় দিছে। উল্লেখযোগ্য...

August 12, 2024 7:39 PM

ৰাজ্য চৰকাৰৰ দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি

ৰাজ্যখন নিচামুক্ত কৰি তোলাৰ লগতে এখন এইডচমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে আজি গুৱাহাটীত ৰাজ্য চৰকাৰে দুমাহ জোৰা তথ্য, শিক্ষা আৰু যোগাযোগ অর্থাৎ আই ই চি অভিযান মুকলি কৰে । অসম এইডচ নিয়ন্ত্রণ ছ’চাইটিয়ে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ অংশ হিচাপে এই অভিযান মুকলি কৰা হয়। এ...

August 12, 2024 8:08 PM

ৰাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ব্যাপক প্রস্তুতি

৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশৰ অন্যান্য অঞ্চলসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক প্রস্তুতি চলাই থকা হৈছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰক্ষী বেটেলিয়ান, অৰ্ধ সামৰিক বাহিনী আৰু এন চি চিৰ দলে পেৰেড অনুশীলন অব্যাহত ৰাখিছে। কেইবাটাও উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জ...

August 12, 2024 7:04 PM

শিৱসাগৰ জিলাত এটা পাৰপত্ৰ সেৱা কেন্দ্ৰ স্থাপনৰ বাবে ড° এছ জয়শংকৰলৈ গৌৰৱ গগৈৰ পত্ৰ প্ৰেৰণ

সাংসদ তথা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে শিৱসাগৰ জিলাত এটা পাৰপত্ৰ সেৱা কেন্দ্ৰ স্থাপনৰ বাবে দাবী জনাই কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। সাংসদগৰাকীয়ে পত্ৰখনত কয় যে সম্প্ৰতি থকা পাৰপত্ৰ সেৱা কেন্দ্ৰকেইটা যথেষ্ট দূৰৈত থকা হেতুকে এই স্থানত এনে কেন্দ্ৰ এটা স্থাপন ...

August 12, 2024 7:02 PM

প্ৰসাৰ ভাৰতীৰ সৈতে অসম চৰকাৰৰ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসম চৰকাৰে মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বৰ গাঁথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে এখন তথ্য চিত্ৰ নিৰ্মাণৰ বাবে আজি প্ৰসাৰ ভাৰতীৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই তথ্য চিত্ৰখনত ৫২ টা খণ্ড থাকিব। এই উপলক্ষে আজি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে...

August 12, 2024 7:00 PM

অসম বিধানসভা চৌহদত কেইবাটাও কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি অসম বিধানসভা চৌহদত কেইবাটাও কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। বিধানসভা চৌহদত কুইন্‌ছ ল’ন, বিধানসভাৰ লাইভ ষ্টুডিঅ', নেভা সেৱা কেন্দ্ৰ, মূল সভাকক্ষ আৰু নেচনেল ই-বিধান এপ্লিকেচনো মুখ্যমন্ত্ৰীয়ে মুকলি কৰে। বিধানসভাৰ কাম-কাজ ডিজিটেল আৰু কাগজবিহীন কৰি তোলাৰ ড...

August 12, 2024 6:12 PM

হাৰিয়ানাত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ

হাৰিয়ানাত অহা মাহত প্ৰথম গোলকীয় মহিলাৰ কাবাডী লীগ অনুষ্ঠিত হ'ব। গোলকীয় প্রবাসী মহিলাৰ কাবাডী লীগ হিচাপে পৰিচিত এই খেলত এইবাৰ ১৫ খন দেশৰ মহিলা এথলিটসকলে অংশগ্রহণ কৰিব। কাবাডী খেলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰা, এই খেলবিধক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰা তথা ২০৩৬ৰ অলিম্পিক আয...