August 13, 2024 3:22 PM

ষষ্ঠ ভাৰত-অষ্ট্ৰেলিয়া সামুদ্রিক সুৰক্ষা আলোচনা আজি কনবেৰাত অনুষ্ঠিত হয়

ষষ্ঠ ভাৰত-অষ্ট্ৰেলিয়া সামুদ্রিক সুৰক্ষা আলোচনা আজি কনবেৰাত অনুষ্ঠিত হয়। ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ নিৰস্ত্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পৰিক্ৰমা বিভাগৰ যুটীয়া সচিব মৌনপুই ছাইৱায় আৰু অষ্ট্ৰেলিয়াৰ দলটোক ছাৰাহ ষ্টৰীয়ে নেতৃত্ব দিছে। দ্বিপাক্ষিক এই আলোচনাত বিশ...

August 13, 2024 3:20 PM

দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়ঃ মহম্মদ তৌহিদ হুছেইন

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কৈছে যে দিল্লীত শ্বেইখ হাছিনাৰ দীৰ্ঘকালীন উপস্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দ্বিপাক্ষিক সম্পর্ক এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ই পৰস্পৰ স্বাৰ্থৰ ওপৰত আধ...

August 13, 2024 3:19 PM

আবাসী চিকিৎসক সন্থাৰ ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ সঁহাৰি জনাই মহাৰাষ্ট্ৰৰ চিকিৎসকৰ বিভিন্ন ৰাজহুৱা চিকিৎসালয়ত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য চিকিৎসা সেৱাৰ পৰা বিৰত

আবাসী চিকিৎসক সন্থা Federation of Resident Doctors Association-এ চলাই থকা ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাই মহাৰাষ্ট্ৰৰ বিভিন্ন ৰাজহুৱা চিকিৎসালয়ত কৰ্মৰত আবাসী চিকিৎসকসকলে জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য চিকিৎসা সেৱাৰ পৰা বিৰত আছে। চিকিৎসা মহাবিদ্যালয়সমূহৰ জ্যেষ্ঠ শিক্ষক, অধ্যাপক আৰু চুক্তিভি...

August 13, 2024 3:15 PM

চৰকাৰে সাগৰীয় মাছ ধৰা জাহাজত মাছমৰীয়াসকলৰ ব্যৱসায় আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে ১ লাখ নিৰ্দিষ্ট সঁহাৰি প্ৰেৰণ কৰিব পৰা আহিলা স্থাপন কৰিব

চৰকাৰে সাগৰীয় মাছ ধৰা জাহাজত মাছমৰীয়াসকলৰ ব্যৱসায় আৰু নিৰাপত্তা বৃদ্ধিৰ বাবে ১ লাখ নিৰ্দিষ্ট সঁহাৰি প্ৰেৰণ কৰিব পৰা আৰু সংকেত গ্ৰহণ কৰিব পৰা বৈদ্যুতিক আঁহিলা স্থাপন কৰিব। নতুন দিল্লীত অনুষ্ঠিত মীন খণ্ডত মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ সম্পৰ্কীয় আলোচনাচক্ৰত ভাগ লৈ কেন্দ্ৰীয় মীন ৰাজ্যিক মন্ত্ৰী ৰাজীৱ ৰ...

August 13, 2024 3:07 PM

ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন, বৈজ্ঞানিক চিন্তাধাৰা আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিত্তমন্ত্ৰী সীতাৰমণৰ আহ্বান

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্ভাৱন, বৈজ্ঞানিক চিন্তাধাৰা আৰু সমস্যাৰ ক্ষিপ্ৰ সমাধানৰ হকে আহ্বান জনাইছে। ভূপালত আজি ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ...

August 13, 2024 3:05 PM

ভাৰত মণ্ডপমৰ পৰা পতাকা জোকাৰি হৰ ঘৰ তিৰংগা বাইক সমদলৰ শুভাৰম্ভ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱা নতুন দিল্লীত ভাৰত মণ্ডপমৰ পৰা পতাকা জোকাৰি হৰ ঘৰ তিৰংগা বাইক সমদলৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, ৰাম মোহন নাইডু কিঞ্জাৰাপু, কিৰেণ ৰিজিজু আৰু মনসুখ মন্দাভিয়া এই অনুষ্ঠানত উপস্থিত থাকে। মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত এই বাইক সমদলৰ সামৰণি ...

August 13, 2024 3:09 PM

সম্প্ৰচাৰ সেৱা বিধেয়কৰ খচৰা সন্দৰ্ভত দিহা-পৰামৰ্শ গ্ৰহণৰ সময়সীমা ১৫ অক্টোবৰলৈ বৃদ্ধি

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে সম্প্ৰচাৰ সেৱা বিধেয়কৰ খচৰা সন্দৰ্ভত দিহা-পৰামৰ্শ গ্ৰহণৰ সময়সীমা ১৫ অক্টোবৰলৈ বৃদ্ধি কৰিছে। সময়সীমা বৃদ্ধি কৰি মন্ত্ৰালয়ে কয় যে বিশদ আলোচনাৰ অন্ততহে নতুন খচৰা বিধেয়কখন প্ৰকাশ কৰা হ'ব। বিধেয়কখনৰ খচৰা সংশ্লিষ্ট সকলো পক্ষ আৰু জনসাধাৰণৰ দিহা-পৰামৰ্শৰ বাবে ব্যাখ্যা...

August 13, 2024 2:02 PM

বিশিষ্ট চিত্রশিল্পী তথা লখিমপুৰ চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰকমল গগৈৰ মৃত্যু

লখিমপুৰৰ বিশিষ্ট চিত্রশিল্পী তথা লখিমপুৰ চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ চন্দ্ৰকমল গগৈৰ আজি পুৱা ৭৮ বছৰ বয়সত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। বিশিষ্ট চিত্রশিল্পীগৰাকী বাৰ্ধক্যজনিত ৰোগত চিকিৎসাধীন হৈ আছিল। শিল্পীগৰাকীক ৰাজ্য চৰকাৰে ২০২২ চনত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰি...

August 13, 2024 2:00 PM

নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

গুৱাহাটী ৰাধা গোবিন্দ বৰুৱাৰ ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত চলি থকা প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছিনিয়ৰ ল'ৰাৰ ৰিকাৰ্ভ শাখাত ৰে'লৱেৰ যশদীপ ভোগে, উত্তৰ প্ৰদেশৰ নীজ চৌহান আৰু পি এছ বিৰ অতনু দাসে শীর্ষ তিনিটা স্থান লাভ কৰিছে। ইফালে, ছিনিয়ৰ ছোৱ...

August 13, 2024 1:57 PM

অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্...