August 18, 2024 7:38 PM

টিংখাং, লেঙেৰী আৰু মৰাণত যুৱক-যুৱতীসকলৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতিৰ কৰ্মশালা

ভাৰতীয় জনতা যুৱ মৰ্চা আৰু চাহ জনগোষ্ঠী মৰ্চাৰ টিংখাং, লেঙেৰী, আৰু মৰাণ মণ্ডল কমিটিৰ উদ্যোগত চলিত বছৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তিৰ পৰীক্ষাৰ বাবে আবেদন কৰা যুৱক- যুৱতীসকলৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতিৰ কৰ্মশালা আজি আৰম্ভ হৈছে। অঞ্চলটোৰ ৭ টা স্থানত আজি আয়োজিত কর্মশালা উদ্যোগ মন্ত্ৰী বিমল ...

August 18, 2024 7:35 PM

আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ডিব্ৰুগড় উপস্থিত আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হৰমিত সিঙ

অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ডিব্ৰুগড় জিলাত উপস্থিত হয়। আৰক্ষী বিষয়াগৰাকীয়ে শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে উজনি অসমত ৫ খন জিলাৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। শ্ৰী সিঙে কালি শিৱসাগৰত এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ পাছ...

August 18, 2024 7:27 PM

পৱিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত

পবিত্ৰ ভাদ মাহৰ আজি প্রথম দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত-বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যবাসীৰ মংগল তথা শ্রীবৃদ্ধি কামনা কৰিছে। ...

August 18, 2024 7:03 PM

মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ

মৰিগাঁও জিলাৰ ইতিহাস প্রসিদ্ধ মায়ঙত পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ অনুষ্ঠিত হয়। পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে যাদু মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। অঞ্চলটোৰ যাদু সংস্কৃতি আ...

August 18, 2024 7:00 PM

অসম ৰাজ্যিক সংগ্ৰহালয়ত বিশ্ব ফটোগ্ৰাফী দিৱস

অসম সংগ্রহালয় সঞ্চালকালয়ে বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে অসম ৰাজ্যিক সংগ্ৰহালয়ত কাইলৈ এখন বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰিছে। A saga in pictorials, resonance from the past শীর্ষক এই প্রদর্শনী অহা ৩০ চেপ্তেম্বৰলৈ চলিব। কাইলৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই প্ৰদৰ্শনী ...

August 18, 2024 6:56 PM

থাইলেণ্ডৰ নৱনিৰ্বাচিত প্রধানমন্ত্রী পেটংটার্ণ শ্বিনাৱাত্ৰাক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ সদ্যনিৰ্বাচিত প্রধানমন্ত্রী পেটংটার্ণ শ্বিনাৱাত্ৰাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমক এক পোষ্ট যোগে প্রধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ সফল কার্যকলাৰ কামনা কৰিছে। শ্রীমোদীয়ে লগতে কয় যে, ভাৰত আৰু থাইলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে ত...

August 18, 2024 6:50 PM

কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ টেল আভিভলৈ আমেৰিকাৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেন

আজি আমেৰিকাৰ বিদেশ মন্ত্রী এণ্টনি ব্লিংকেন গাজাত যুদ্ধ বিৰতিৰ পৰিপ্ৰেক্ষিতত ৱাছিংটনৰ কূটনৈতিক পদক্ষেপৰ বাবে ইজৰাইলৰ টেল আভিভত উপস্থিত হব। যোৱা বছৰ অক্টোবৰ মাহত হামাছৰ সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলত আক্ৰমণ কৰাৰ পছত তেওঁৰ এইটো নৱম পশ্চিম এছিয়া ভ্ৰমণ। আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদগৰাকীয়ে কায়ৰোত অব্যাহত ...

August 18, 2024 6:46 PM

পহিলা ছেপ্টেম্বৰৰ পৰা বিজেপিৰ নতুন সদস্যভর্তি অভিযান

বিজেপিয়ে পহিলা ছেপ্টেম্বৰৰ পৰা নতুন সদস্যভর্তি অভিযান আৰম্ভ কৰিব। দলে এই অভিযানৰ অধীনত ১০ কোটিৰো অধিক সদস্যভৰ্তিৰ লক্ষ্য স্থিৰ কৰিছে। এই সন্দৰ্ভত কালি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত দলৰ কৰ্মকৰ্তাসকলৰ এখন বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্ৰাই কৈছে যে, সদস্য ভ...

August 18, 2024 6:42 PM

শ্ৰীৰাম আই এছ  প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশৰ বাবে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিৰ  জৰিমণা

 কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চিচিপিয়ে ২০২২ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ভুৱা আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে শ্ৰীৰাম আই এছ নামৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোক ৩ লাখ টকাৰ জৰিমণা বিহিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে, উপভ...

August 18, 2024 6:37 PM

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌপাশে ৭ দিনৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা বলবৎ

কলকাতা আৰক্ষীয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌপাশে বে-আইনী গতিবিধি ৰোধ কৰাৰ উদ্দেশ্যে অঞ্চলটোত আজিৰে পৰা ৭ দিনৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা বলবৎ কৰিছে। কলকাতা আৰক্ষীয়ে ১৪ আগষ্টৰ নিশা চিকিৎসা মহাবিদ্যালয়খনত সংঘটিত হিংসাত্মক ঘটনাৰ সংক্ৰান্তত ষ্টুডেণ্টছ ফেডাৰেছন অৱ ইণ্ডি...