আগ্ৰাত থলুৱা ভ্ৰাম্যমান চিকিৎসালয় ভীষ্ম কিউবৰ পৰীক্ষণ সম্পন্ন

ভাৰতীয় বায়ুসেনা বাহিনীয়ে আগ্ৰাত থলুৱা ভ্ৰাম্যমান চিকিৎসালয় ভীষ্ম কিউবৰ পৰীক্ষণ সম্পন্ন কৰিছে। কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মন্দাভিয়াই কৈছে যে, জৰুৰীকালীন সময়ত যিকোনো ঠাইতে খৰতকীয়াকৈ স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত এনে উদ্ভাৱনীমূলক প্রযুক্তি এটা বৃহৎ সফলতা। এই ভীষ্ম প্ৰকল্পৰ যোগেদি কমেও ২০০ জন লোকক স্বাস্থ্য সেৱা আগবঢ়াব পৰা যাব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।